Education

দুটাকৈ বানে ধংস কৰি যোৱা আমাৰ চিৰচেনেহী অসমী আইৰ সুসন্তান লোকসকলৰ দু:খ-দুর্দশা দেখি আমাৰ অন্তৰ দু:খত ভাগি পৰিছে। এই বান যে এইবাৰহে প্রথম হৈছে  এনে নহয়। এনে বানপানী প্রতি বছৰে বাঢ়িয়েহে গৈছে। বানপানীয়ে ঘৰ-দোৱাৰ, সম্পত্তি, গৰু-মহ, খেতি-বাতি নষ্ট কৰাৰ লগতে আমাৰ অতিকে মৰমৰ ল’ৰা-ছোৱালীহঁতৰ বুকুৰ আপোন কিতাপ-পত্র সমূহো নষ্ট হৈছে। টিভিত  কিতাপ-পত্র সমূহ নষ্ট হোৱাৰ বাবে তেওঁলোকৰ বুকু ভাঙি যোৱো কান্দোন দেখিলে আমাৰ দুচকু কান্দোনৰে ভৰি পৰে। সেয়েহে আমাৰ অতিকে মৰমৰ ল’ৰা-ছোৱালীহঁতৰ পঢ়িবৰ সুবিধার্থে নিম্নলিখিত পাঠখিনি আলোচনো কৰিলোঁ। আশা কৰোঁ তোমালোকৰ সকলোৰে কামত আহিব।

Enjoy this Site Legal eagle? Please spread the word :)